বলীউডৰ তাৰকা, যিয়ে এতিয়াও পোৱা নাই  জাতীয় পুৰস্কাৰ

কিন্তু জানেনে বহুকেইগৰাকী বলীউড তাৰকাই এই পুৰস্কাৰ পোৱা নাই কেতিয়াও

বলীউডৰ বাদশ্বাহ হোৱা সত্ত্বেও শ্বাহৰুখ খানে পোৱা নাই এই পুৰস্কাৰ, ৫বাৰ মনোনীত হৈয়ো পোৱা নাই এই সন্মান 

মনোনীত হোৱাৰ পিছতো আমীৰ খানৰ দৰে তাৰকাই পোৱা নাই জাতীয় পুৰস্কাৰ

ৰাজেশ খান্না, বলীউডৰ প্ৰথম ছুপাৰষ্টাৰ,  অথচ কেতিয়াও এই পুৰস্কাৰ নাপালে

বহুতৰে হাৰ্ট থ্ৰব দিলীপ কুমাৰ, তেওঁৰ ভাগ্যতো নাছিল জাতীয় পুৰস্কাৰ

ৰাণী মুখাৰ্জীয়ে ২০১৫ চনত 'মৰদানি'ৰ বাবে নাৰী সুৰক্ষা আৰু শিশু সৰবৰাহৰ বিৰুদ্ধে তেওঁৰ অৱদানৰ বাবে জাতীয় পুৰস্কাৰ পালেও কেতিয়াও অভিনয়ৰ বাবে পোৱা নাই এই সন্মান

দীপিকা পাদুকন, যিয়ে বহু চলচ্চিত্ৰৰ বাবে অনুৰাগীৰ প্ৰশংসা বুটিবলৈ সক্ষম হৈছে, তেৱোঁ এতিয়ালৈ পোৱা নাই জাতীয় পুৰস্কাৰ

ভবা হৈছিল ৮৩ৰ বাবে মনোনীত হোৱা ৰণবীৰ সিঙে এইবাৰ এই পুৰস্কাৰ পাব, কিন্তু আল্লু অৰ্জুনৰ ওচৰত মানিলে হাৰ