ৰাখীবন্ধন উৎসৱক বিশেষ কৰি তুলিবলৈ কেইটামান সৃষ্টিশীল ধাৰণাৰ বিষয়ে জানো আহক

ৰাখী বন্ধনত ভগ্নীক ব্যক্তিগতকৃত ফটো ফ্ৰেম (Personalized Photo Frame) দিব পাৰে।

ভগ্নীসকলে ভাতৃক পৰিৱেশ অনুকূল ৰাখী  বান্ধিব পাৰে। এনে ৰাখীত গছ পুলিৰ বীজ (থাকে যিবোৰ উৎসৱ পিছত ৰোপণ কৰিব পাৰে।

আপুনি নিজ হাতেৰে ৰাখী সাঁজিব পাৰে। নিজ ইচ্ছা অনুসৰি ডিজাইন কৰি ভাতৃক ৰাখী বান্ধিব পাৰে

আপুনি ভগ্নীক কেইবাটাও উপহাৰেৰে এটা gift hamper দিব পাৰে।

আপুনি ৰাখীৰ উপহাৰ হিচাপে ভগ্নীক এটা পাত্ৰত কেইবাটাও টোকা লিখি উপহাৰ হিচাপে দিব পাৰে।

আপুনি ভগ্নীক Adventure tripৰ বাবে টিকট কৰি দিব পাৰে।

ৰাখীৰ দিনা ভাতৃ–ভগ্নীয়ে ইজনে সিজনৰ বাবে ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰিব পাৰে।

আপুনি এই ৰাখীত দৰিদ্ৰ শিল্পী তথা এনে প্ৰতিষ্ঠানৰ পৰা ৰাখী ক্ৰয় কৰিব পাৰে যিয়ে প্ৰয়োজনীয় তথা দৰিদ্ৰ শ্ৰেণীৰ লোকক সহায় কৰে।

যদি আপুনি নিজ ভাতৃৰ পৰা আঁতৰত আছে, তেন্তে ভাৰচুৱেলী আপুনি ৰাখী পঠিয়াব পাৰে।