এই বস্তুবোৰৰ কোনো Expiry Date নাথাকে!

প্ৰথম বস্তুটো হৈছে নিমখ। নিমখ যিকোনো সময়তে ব্যৱহাৰ কৰিব পাৰি।

কিন্তু বজাৰত বিক্ৰী কৰা পেকেট নিমখত ম্যাদ উকলি যোৱা তাৰিখ লিখা থাকে।

চাউল অন্য এক খাদ্য যাৰ ম্যাদ উকলি যোৱাৰ কোনো নিৰ্দিষ্ট সময় নাথাকে।

ই যিমানে পুৰণি হ'ব, সিমানেই খাবলৈ ভাল হয়।

চেনীও দীঘলীয়া সময়ৰ বাবে সংৰক্ষণ কৰিব পাৰি।

অৱশ্যে, চেনীখিনি আৰ্দ্ৰতাৰ পৰা আঁতৰাই ৰাখিব লাগিব।

ভিনেগাৰ, আচাৰ আদি দীঘলীয়া সময়ৰ বাবে নষ্ট নহয়।

মৌ দীঘলীয়া সময়লৈ নষ্ট নহয়। অৱশ্যে, এই বস্তুবোৰ ভালকৈ সংৰক্ষিত কৰিব লাগে।