নখৰ ৰঙত লুকাই থাকে বিপদ! এই লক্ষণ দেখিলে সাৱধান!

জিভাৰ দে নখো শৰীৰৰ দাপোনসদৃশ। নখৰ ৰং দেখিয়ে ক’ব পাৰি স্বাস্থ্যৰ বিষয়ে।

কেৱল শৰীৰ সম্পৰ্কে জনাই নহয়, সেই অনুসৰি ঘৰত বহি চিকিৎসাও কৰিব পাৰি।

কেৱল শৰীৰ সম্পৰ্কে জনাই নহয়, সেই অনুসৰি ঘৰত বহি চিকিৎসাও কৰিব পাৰি।

নখ দেখি স্বাস্থ্যৰ বিষয়ে জনাৰ কৌশল আৰু সেই অনুসৰি প্ৰতিকাৰ কি হ’ব পাৰে সেয়া বুজা যায়।

সাধাৰণ মানুহে নখক খুব এক গুৰুত্ব নিদিয়ে। ই শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ।

নখ যদি খুব হালধীয়া হয় তেন্তে বুজিব লাগিব ভিটামিন বি১২ আৰু ভিটামিন বি১৬ৰ মাৰাত্মক অভাৱ আছে।

শৰীৰৰ হিম’গ্লবিনৰ মাত্ৰাও জনা যায়। সকলোতকৈ আগত নখৰ ৰং বিচাৰ কৰিব লাগিব।

নখ যদি খুব হালধীয়া হয় তেন্তে বুজিব লাগিব ভিটামিন বি১২ আৰু ভিটামিন বি১৬ৰ মাৰাত্মক অভাৱ আছে।

নখ ক’লা হৈ গ’লে বুজিব লাগিব কেডনীৰ সমস্যা আছে।

নখ ক’লা হোৱা মানে কিডনীত পাথৰ হৈছে, কিডনী ফেইলাৰ হৈছে বা কিডনী সৰ্বোচ্চ পৰ্যায়ত কাম কৰা নাই।