আমলখি খোৱাৰ ১০টা স্বাস্থ্য উপকাৰিতা জানো আহক

আমলখি খোৱাৰ ১০টা স্বাস্থ্য উপকাৰিতা জানো আহক

আমলখিত ফাইবাৰ থাকে, যিয়ে পাচন তন্ত্ৰ সংশোধন কৰি পেটৰ সমস্যাৰ পৰা সকাহ দিয়ে।

আমলখিত এণ্টিঅক্সিডেণ্ট থাকে, ইয়ে ছালৰ দাগ আঁতৰ কৰাত সহায় কৰে।

ইয়াত থকা এমিনো এচিড আৰু প্ৰ'টিনে চুলি বৃদ্ধি কৰাৰ লগতে চুলি সৰা প্ৰতিহত কৰে।

আমলখিত ভিটামিন চি থাকে, ইয়াৰ সেৱনে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।

আমলখি হৈছে ক্ৰমিয়ামৰ সৰ্বশ্ৰেষ্ঠ উৎস। ই শৰীৰৰ ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰে।

আমলখিত ভিটামিন A থকা বাবে ইয়াৰ সেৱনে দৃষ্টিশক্তি উন্নত কৰাৰ লগতে কৰ্ণিয়া স্বাস্থ্যৱান ৰখাত যথেষ্ট সহায় কৰে।

ইয়াত যথেষ্ট পৰিমাণে কেলচিয়ামও থাকে। আমলখি খালে হাড় শক্তিশালী হয় আৰু ইয়ে গাঁঠিৰ বিষৰ পৰাও সকাহ দিয়ে।

ইয়াৰোপৰি, ইয়াত এলাজিক এচিড, গেলিক এচিড, আৰু অন্যান্য ফ্লেভোনইড থাকে, যিয়ে শৰীৰত বিভিন্ন প্ৰকাৰৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে।

আমলখিত এমিনো এচিড আৰু এণ্টিঅক্সিডেণ্ট থাকে। আমলখিৰ নিয়মীয়াকৈ সেৱনে শৰীৰত কলেষ্টেৰলৰ স্তৰ হ্ৰাস কৰাত সহায় কৰে।