মহাকাশলৈ গৈছিল লাইকা, কি হৈছিল তাৰ?

মস্কো চহৰত ঘূৰি ফুৰা এটা কুকুৰক ধৰি আনি নাম দিয়া হয় ‘লাইকা’।

মস্কো চহৰত ঘূৰি ফুৰা এটা কুকুৰক ধৰি আনি নাম দিয়া হয় ‘লাইকা’।

১৯৫৭ চনৰ ৩ নৱেম্বৰত মহাশূন্যলৈ পঠিওৱা হয় লাইকাক।

লাইকাৰ সৈতে প্ৰশিক্ষণ দিয়া হৈছিল ‘এলবিনা’ আৰু ‘মুছকা’ নামৰ আৰু দুটি কুকুৰক।

তিনিটা কুকুৰক স্পুটনিক–২ৰ যাত্ৰাৰ পূৰ্বে কঠোৰ প্ৰশিক্ষণ হৈছিল।

সিঁহতক ৰখা হৈছিল অত্যন্ত সৰু সঁজাৰ ভিতৰত। যাতে মহাকাশ যানত থকাৰ অভ্যাস গঢ়ি উঠে।

খাবলৈ দিয়া হৈছিল এক ধৰণৰ বিশেষ পুষ্টিকৰ জেল। যি আছিল মহাকাশ যানত সিঁহতৰ একমাত্ৰ খাদ্য।

১৯৫৭ৰ ৩১ অক্টোবৰত মহাকাশ যান স্পুটনিক–২ত ৰখা হয় লাইকাক।

৩ নৱেম্বৰত পৃথিৱী সাক্ষী হয় স্পুটনিক–২ৰ উৎক্ষেপণৰ। লগতে শেষ বিদায় জনোৱা হয় লাইকাক।

মহাকাশ যাত্ৰাৰ পূৰ্বে তাঁৰ হৃদস্পন্দন আছিল ১০৩/মিনিট।

কিন্তু নিৰীহ লাইকাৰ মৃত্যুৰ মূল কাৰণ আছিল আতংক।