অমিতাভৰ পৰা চানীলৈ! চৰম অভাৱত দিন কটাইছে বলীউডৰ এইসকল  তাৰকাই

নীতিন দেশাই, এইগৰাকী কলা নিৰ্দেশকে অৰ্থ অভাৱত লয় চৰম পথ, ২৫০ কোটি টকাৰ ধাৰ আছিল তেওঁৰ

গডৰ–২ৰ সাফল্যৰ পিছতো কোটি টকাৰ ধাৰত ডুবি আছে চানী দেউল। জুহুৰ বাসগৃহ পৰ্যন্ত কৰিবলগীয়া হ'ব পাৰে বিক্ৰী। ৫৫ কোটিৰ ধাৰ

কোটি টকাৰ ধাৰত ডুবি আছিল প্ৰীতি জিণ্টা, তেওঁক সহায় কৰে ছলমান খানে

২০০৩ চনত বুম ছবি প্ৰযোজনা কৰি কেইবাশ কোটি টকাৰ ঋণত ডুবিছিল জেকি শ্ৰফ 

সৰু ভাৰাঘৰত থাকিবলগীয়া হৈছিল গোবিন্দাও, তেওঁৰ দেউতাকে ছবি নিৰ্মাণ কৰিবলৈ গৈ ধাৰত ডুব গৈছিল

বাসগৃহ বন্ধকত থবলগীয়া হৈছিল অমিতাভ বচ্চনেও, প্ৰডাকচন হাউছ খুলবলৈ গৈ হৈছিল দেউলীয়া

বাধ্য হৈ অভিনয়ৰ স্কুল খুলিবলগীয়া হৈছিল অনুপম খেৰ, সংসাৰ চলোৱাৰ বাবে নাছিল ধন

বাধ্য হৈ অভিনয়ৰ স্কুল খুলিবলগীয়া হৈছিল অনুপম খেৰ, সংসাৰ চলোৱাৰ বাবে নাছিল ধন