Refrigerator কেতিয়া আৰু কিয় Defrost কৰিব লাগে জানো আহক

ফ্ৰীজাৰত থকা বৰফে যথেষ্ট ঠাই আগুৰি ৰাখে আৰু ই ফ্ৰিজৰ কাম প্ৰতিহত কৰে।

বৰফৰ আৱৰণে ফ্ৰিজৰ শীতলকৰণো প্ৰভাৱিত কৰে।

যদি ফ্ৰিজত জমা হোৱা বৰফ কেইবাদিনো ৰখা হয়, তেন্তে ইয়াৰ পৰা দুৰ্গন্ধ ওলোৱাৰ সম্ভাৱনা থাকে। 

Refrigerator ডিফ্ৰষ্ট কৰাৰ দুটা পদ্ধতি আছে। 

বহুতো Refrigeratorত Defrost চুইচ থাকে। 

যদি আপুনি Manually ডিফ্ৰষ্ট কৰিব বিচাৰে, আপুনি ফ্ৰিজৰ পৰা সকলো বস্তু আঁতৰাব পাৰে আৰু সেইবোৰ  আনপ্লাগ কৰিব পাৰে।

Refrigerator কেতিয়া ডিফ্ৰষ্ট কৰা উচিত সেই বিষয়ে জনাটো প্ৰয়োজনীয়।

প্ৰতিটো Refrigeratorত বিভিন্ন প্ৰযুক্তি ব্যৱহাৰ কৰা হয়। 

বছৰত কমেও ২ৰ পৰা ৩বাৰ ফ্ৰিজটো ডিফ্ৰষ্ট কৰিব লাগে। ফ্ৰিজত বৰফৰ আৱৰণ কিমান হৈছে সেয়া চাই defrost কৰাটো ভাল।