৯টা শব্দ যি ভাৰতীয় লাগিলেও, কিন্তু বিদেশী!

ভাৰতৰ লক্ষাধিক লোকে চাহ ভাল পায়। কিন্তু তেওঁলোকৰ খুব কমেই জানে যে ‘চাহ’ প্ৰকৃততে এটা চীন শব্দ।

ৰিক্সা শব্দটো হিন্দী, অসমীয়া, বাঙালীত ব্যৱহাৰ হয় যদিও ই জাপানী শব্দ। 

টাৱেল শব্দটো পৰ্তুগীজ ভাষাৰ পৰা লোৱা। ইয়াক শৰীৰ মচিবলৈ ব্যৱহাৰ কৰা হয়।

আমি ব্যৱহাৰ কৰা ‘তাৰিখ’ শব্দটো আৰবী ভাষাৰ পৰা আহৰণ কৰা হৈছে।

টোপ (কামান) শব্দটো তুৰ্কী ভাষাৰ পৰা আহৰণ কৰা হৈছে।

আখবাৰ (বাতৰি কাকত) শব্দটোও আৰবী ভাষাৰ পৰা লোৱা হৈছে।

তাবাকু (ধপাত) খোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। এই শব্দটো পৰ্তুগীজ ভাষাৰ পৰা আহৰণ কৰা হৈছে।

আনহাতে, ‘সপ্তাহ’ শব্দটো পাৰ্চী ভাষাৰ পৰা আহৰণ কৰা হৈছে।

আমি ব্যৱহাৰ কৰা বাল্টি শব্দটো পৰ্তুগীজ ভাষাৰ পৰা লোৱা হৈছে।