এই ৮বিধ ঘৰত বনোৱা পানীয়ৰ বিভিন্ন লাভালাভৰ বিষয়ে জানো আহক

সুস্বাদু দেশী পানীয়ৰ বহু স্বাস্থ্যজনিত উপকাৰিতা আছে।

দৈত থকা প্ৰ'বায়োটিকবোৰে পাচন আৰু পাকস্থলীৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰিব পাৰে।

Chaas (চাচ )

হালধিযুক্ত গাখীৰ ইয়াৰ Anti-immunity গুণাগুণৰ উপস্থিতিৰ বাবে স্বাস্থ্যৰ বাবে অতি ভাল।

হালধিযুক্ত গাখীৰ

বৃক্কৰ সংক্ৰমণ বা বৃক্কৰ পাথৰ থকা লোকসকলৰ বাবে শক্তি বঢ়োৱা এই পানীয়টো উৎকৃষ্ট।

কুঁহিয়াৰ ৰস

বিহাৰত বিশেষকৈ জনপ্ৰিয় এই প্ৰ'টিন সমৃদ্ধ পানীয় অন্ত্ৰৰ বাবে ভাল আৰু আঁহেৰে সমৃদ্ধ।

Sattu Water

ই তেজ বিশুদ্ধ কৰাত সহায় কৰে। লগতে পাকস্থলী স্বাস্থ্যৱান ৰাখে আৰু কলেষ্টেৰলৰ স্তৰ সন্তুলিত ৰাখে।

বেল চৰবত

দৈৰ পৰা তৈয়াৰ কৰা লাচ্চীৰ প্ৰ'বায়োটিক গুণাগুণ আছে। ই হজম শক্তি উন্নত কৰে আৰু ওজন হ্ৰাসত সহায় কৰে।

Lassi (লচ্চী)

এই কম কেলৰিযুক্ত পানীয়টো অন্ত্ৰৰ বাবে ভাল। লগতে ই আপোনাক তাপৰ পৰা সুৰক্ষিত কৰে।

জলজিৰা পানী

গ্ৰীষ্মকালত জনপ্ৰিয় মচলা শিকাঞ্জি পান কৰিলে আপোনাৰ শৰীৰ শীতল কৰিব আৰু ই হজমৰ বাবে অনুকূল।

মচলা শিকাঞ্জি