গাখীৰ চাহ ভাল পায়? ইয়াৰ ক্ষতিকাৰক দিশবোৰৰ বিষয়ে নাজানে?

পুৱা খালী পেটত গাখীৰ চাহ খায় বহু মানুহে।

খালী পেটত গাখীৰ চাহ খালে পেপচটিক আলচাৰৰ সমস্যা হ’ব পাৰে।

চাহত টেনিন থাকে, সেই টেনিন গাখীৰ চাহত আৰু বেছি সক্ৰিয় হয়।

টেনিনৰ ফলত গাখীৰ চাহে দাঁতত প্ৰলেপ পেলাব পাৰে।

গাখীৰ চাহ অধিক খালে অনিদ্ৰাৰ সমস্যা হ’ব পাৰে।

গাখীৰ চাহ বেছিকৈ খালে কোষ্ঠকাঠিন্যৰ সমস্যাই দেখা দিব পাৰে।

বহুতেই গাখীৰ চাহ এৰাই চলে আজিকালি।

গোটেই দিনটোত ২ কাপৰ অধিক গাখীৰ চা নোখোৱাই ভাল।

গাখীৰ চাহেৰে দিনটো আৰম্ভ কৰিলে স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে।