Medium Brush Stroke

পৃথিৱীৰ ৯টা আটাইতকৈ ব্যয়বহুল মচলা

Tilted Brush Stroke

যিসকল লোকে খাদ্যত মচলা ভাল পায়, তেওঁলোকৰ বাবে প্ৰতিটো মচলাৰ সুগন্ধ আৰু স্বকীয়তা আনন্দদায়ক।

Tilted Brush Stroke

পৃথিৱীৰ আটাইতকৈ ব্যয়বহুল মচলাসমূহৰ বিষয়ে জানো আহক।

Tilted Brush Stroke

কেশৰ ক্ৰোকাছ চেটিভাছৰ ফুলৰ পৰা আহৰণ কৰা হয়, যি বছৰত মাত্ৰ দুবাৰহে ফুলে। ইয়াৰ মূল্য প্ৰতি কিলোত প্ৰায় ৩ লাখ টকা।

Tilted Brush Stroke

চফৰ ব্যয়বহুল অংশ হৈছে ইয়াৰ ফুল, যাৰ সোৱাদ অতি তীব্ৰ। এইটো এটা ব্যয়বহুল মচলা যাৰ মূল্য প্ৰতি আউন্সত প্ৰায় ২,৫০০ টকা।

Tilted Brush Stroke

ভেনিলা বীনৰ মূল্য যথেষ্ট ব্যয়বহুল হ’ব পাৰে। আন্তঃৰাষ্ট্ৰীয় বজাৰত ৬-৮টা সৰু মুঠি ভেনিলা বিনৰ মূল্য প্ৰায় ১,৬০০ টকাতকৈ অধিক।

Tilted Brush Stroke

গোলপীয়া জালুক প্ৰকৃততে শুকান জামু, ই সামান্য মিঠা আৰু ইয়াৰ তীক্ষ্ণতা কম। প্ৰতি পাউণ্ডত ইয়াৰ মূল্য প্ৰায় ১,৯০০ টকা।

Tilted Brush Stroke

অন্য ব্যয়বহুল মচলা হৈছে লং, কিয়নো ই বতৰৰ পৰিস্থিতিৰ প্ৰতি সংবেদনশীল। বিশ্ববজাৰত ইয়াৰ মূল্য প্ৰতি পাউণ্ডত প্ৰায় ৯১৫ টকা।

Tilted Brush Stroke

দীঘল জালুকৰ সোৱাদ নিয়মীয়া জালুক আৰু জায়ফলতকৈ বহুত জটিল। ইয়াৰ বাবে আপোনাৰ প্ৰতি আউন্সত প্ৰায় ৪১৫ টকা খৰচ হ'ব পাৰে।

Tilted Brush Stroke

ক’লা জিৰাৰ মিঠা আৰু টেঙা সোৱাদ আছে। ইয়াৰ মূল্য প্ৰতি আউন্সত প্ৰায় ২৪৯টকা।

Tilted Brush Stroke

চিলন ডালচেনি কেৱল শ্ৰীলংকাত উৎপাদন কৰা হয়। আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰতি পাউণ্ডত ২,২৪৫ টকাত বিক্ৰী হয়।