আপোনাৰ আধাৰ বিনামূলীয়াকৈ আপডেট কৰক, চাওক পদ্ধতি

UIDAI পুনৰ বিনামূলীয়াকৈ আধাৰ আপডেট কৰাৰ সময়সীমা বৃদ্ধি কৰিছে। 

আধাৰ বিনামূলীয়াকৈ আপডেট কৰাৰ সময় ১৪ ডিচেম্বৰলৈ বৃদ্ধি কৰা হৈছে।

বিনামূলীয়াকৈ আধাৰ আপডেটৰ সময়সীমা ১৪ ছেপ্টেম্বৰলৈ আছিল।

ইয়াত আপুনি নাম, লিংগ, জন্ম তাৰিখ, ঠিকনা আৰু ভাষা অনলাইন আপডেট কৰিব পাৰে। 

অনলাইন আপডেটৰ বাবে আপোনাৰ মোবাইল নম্বৰ আধাৰৰ সৈতে লিংক কৰিব লাগে।

ইয়াৰ বাবে আপুনি https://myaadhaar.uidai.gov.in/ ৱেবছাইটত যাব লাগিব।

ইয়াত আপুনি আধাৰ নম্বৰ, OTPৰ সৈতে লগ ইন কৰিব লাগিব।

এতিয়া আপুনি যি তথ্য আপডেট কৰিব বিচাৰে সেয়া প্ৰয়োজনীয় তথ্যৰ সৈতে আপডেট কৰিব পাৰিব।