অসমৰ কেইটামান  পৰম্পৰাগত খাদ্য 

বাঁহৰ গাজ আৰু  মুৰ্গী মাংসৰ আঞ্জা

অসমীয়া সমাজত জনপ্ৰিয় আন এক ব্যঞ্জন হৈছে পাৰ মাংস। বিশেষকৈ ঠাণ্ডাৰ সময়ত উপভোগ কৰা হয়।

অসমৰ অন্যতম বিখ্যাত খাদ্য হৈছে খাৰ। 

মাহজাতীয় শস্য, পাচলি, মাছ বা মাংসৰে তৈয়াৰ কৰা খাৰ ৰন্ধা হয়।

হাঁহৰ মাংসৰ আঞ্জা আটাইতকৈ জনপ্ৰিয় অসমীয়া ব্যঞ্জনবোৰৰ ভিতৰত অন্যমত।

দৈ চিৰা গুৰ হৈছে আটাইতকৈ জনপ্ৰিয় অসমীয়া জলপান

সৰিয়হৰে মাছৰ আঞ্জা

ঔটেঙাৰ মিঠা আচাৰ