শ্বাহৰুখ খানৰ ‘জৱান’ ছবিৰ আগত চাবলগীয়া ৫খন একচন চিনেমা

শ্বাহৰুখ খানৰ শেহতীয়া ‘জৱান’ সৰ্বকালৰ আটাইতকৈ ডাঙৰ ব্লকবাষ্টাৰ চলচ্চিত্ৰ হৈ পৰিছে। 

‘জৱান’ চলচ্চিত্ৰৰ পূৰ্বে শ্বাহৰুখৰ আন কিছুমান একচন চিনেমা চাওক।

Main Hoon Na চলচ্চিত্ৰখনত শ্বাহৰুখ খানক মেজৰ ৰামৰ চৰিত্ৰত দেখা পোৱা গৈছিল।

২০২৩ চনৰ জানুৱাৰীত মুক্তি প্ৰাপ্ত ‘পাঠান’ত শ্বাহৰুখ খানৰ বিপৰীতে দীপিকা পাডুকনে অভিনয় কৰিছিল। 

শ্বাহৰুখ খানে DON 2 ছবিখনত এজন অপৰাধী মাষ্টাৰমাইণ্ডৰ চৰিত্ৰত অভিনয় কৰিছিল।

Ra.One এখন চুপাৰহিৰো চলচ্চিত্ৰ, যি অনুভৱ সিনহাই পৰিচালনা কৰিছিল।

Raees ছবিখনত শ্বাহৰুখ খানে এজন অবৈধ সুৰা ব্যৱসায়ীৰ চৰিত্ৰত  অভিনয় কৰিছিল।