জেলেপী খাই কোনে ভাল নাপায়, বুঢ়াৰ পৰা কণমানিলৈ সকলোৰে প্ৰিয় জেলেপী

কোনো উৎসৱ মানেই যেন জেলেপী, পূজাৰ বতৰত ই আৰু বিশেষ হৈ উঠে

আমাৰ সকলোৰে প্ৰিয় জেলেপীৰ বিষয়ে এটা বিশেষ তথ্য জানেনে?

বহুতেই হয়তো নাজানে যে জেলেপীৰ জন্ম ভাৰতত নহয়

 ভাৰতৰ সকলো ৰাজ্যতে জেলেপী উপলব্ধ

জেলেপী কোন দেশৰ তাক লৈও অৱশ্যে আছে ভিন্ন মত

বহুতে কয় জেলেপীৰ জন্ম আৰব দেশত

প্ৰমাণসাপেক্ষে ই ইৰাণৰ বুলিও ক'ব পাৰি

প্ৰায় ৫০০ বছৰ পূৰ্বে জেলেপীৰ আগমন হৈছিল ভাৰতত

সেই তেতিয়াৰে পৰা ইয়াত জেলেপীয়ে পাই আছে সমাদৰ, যি আজিও অটুট আছে