আপুনি নিতৌ সুৰাপান কৰে নেকি?

আপুনি নিতৌ সুৰাপান কৰে নেকি? অথবা কেতিয়াবা কৰে নেকি? 

আমেৰিকাৰ চিকিৎসকে কৰা গৱেষণাত পোহৰলৈ আহিছে নতুন তথ্য

আমেৰিকাৰ এটা সংস্থাৰ গৱেষণাত উদ্বেগজনক তথ্য পোহৰলৈ আহিছে

এটা চিকিৎসকৰ সংস্থাই কৰা গৱেষণাত পোহৰলৈ উদ্বেগজনক তথ্য

এই গৱেষণাত প্ৰমাণ হৈছে ৯৮% ৰক্তচাপজনিত ৰোগ সুৰাপানৰ বাবে হৈছে

নিতৌ সুৰাপান কৰা লোকসকলে উচ্চৰক্তচাপজনিত ৰোগত আক্ৰান্ত হোৱাটো প্ৰায় নিশ্চিত

নিতৌ সুৰাপান কৰা লোকসকলৰ হৃদৰোগ অথবা ষ্ট্ৰোক হোৱাৰ সম্ভাৱনাও ৯০ শতাংশ

মাহটোত দুই-এদিন সুৰাপায়ী কৰা লোকসকল ৰক্তচাপজনিত ৰোগত সহজে আক্ৰান্ত হয়

সুৰাপায়ী সকলৰ ৰক্তচাপজনিত ৰোগ সহজে ধৰা নপৰে, ফলত অধিকাংশই ষ্ট্ৰোকত আক্ৰান্ত হয়