অৰিজিৎ সিঙৰ ধন-সম্পত্তিৰ পৰিমাণ জানেনে?

আন দহজন লোকৰ দৰেই সাধাৰণ জীৱন যাপন কৰে অৰিজিৎ সিঙে। কিন্তু তেওঁৰ ধন-সম্পত্তিৰ পৰিমাণ জানিলে চকু কপালত উঠিব আপোনাৰ।

জানিব পৰা মতে, এক ঘন্টাৰ এটা লাইভ অনুষ্ঠানৰ বাবে ডেৰ কোটি টকাৰ পাৰিশ্ৰমিক লয় অৰিজিতে।

চলচ্চিত্ৰৰ এটা গীতত কণ্ঠদান কৰিলে অৰিজিৎ সিঙে লয় ৮ৰ পৰা ১০ লাখ টকা।

অৰিজিৎ সিঙৰ সম্পত্তিৰ মূল্য ৭ মিলিয়ন ডলাৰ।

যিটো ভাৰতীয় মুদ্ৰাৰ হিচাপত প্ৰায় ৫৮ কোটি ১০ লাখ টকা।

জানিব পৰা মতে, প্ৰতি মাহে অৰিজিৎ সিঙে ৫০ লাখ টকাৰো অধিক উপাৰ্জন কৰে।

অৰিজিৎ সিঙৰ মুম্বাইত থকা ঘৰটোৰ মূল্য ৮ কোটি টকা।

ইয়াৰোপৰি শিল্পীজনৰ আছে কেইবাখনো বিলাসী গাড়ী।