কৃষ্ণ জন্মাষ্টমী কেতিয়া আৰু ইয়াৰ তাৎপৰ্য কি জানক

হিন্দু পঞ্চাং অনুসৰি, ভদ্ৰপদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টম দিনা ভগৱান কৃষ্ণৰ জন্ম হৈছিল। 

ভগৱান কৃষ্ণৰ জন্ম নিশা ১২ বজাত হৈছিল আৰু সেই সময়ত ৰোহিনী নক্ষত্ৰ আছিল বুলি বিশ্বাস কৰা হয়।

এই বৰ্ষৰ কৃষ্ণ জন্মাষ্টমী ৬ ছেপ্টেম্বৰত উদযাপন কৰা হ’ব। 

এই বছৰ জন্মাষ্টমীৰ দিনা ত্ৰিশ বছৰৰ পিছত গ্ৰহ নক্ষত্ৰৰ এক বিশেষ সংমিশ্ৰণও গঠন হ’ব।  

হিন্দু পঞ্চাং অনুসৰি, গ্ৰহ নক্ষত্ৰৰ এই অৱস্থান ভগৱান কৃষ্ণৰ ভক্তি আৰু জন্মৰ বাবে শুভ।

ভগৱান কৃষ্ণৰ জন্মাষ্টমী ৬ ছেপ্টেম্বৰৰ সন্ধিয়া ৭ বাজি ৫৭ মিনিটত আৰম্ভ হ’ব।

মাজনিশা অষ্টমী তিথি আৰু ৰোহিণী নক্ষত্ৰৰ সংমিশ্ৰণৰ ফলত ‘‘জয়ন্তী’’ নামৰ যোগত সকলোৱে কৃষ্ণ জন্মাষ্টমী উদযাপন কৰিব।

এই দিনটোত চন্দ্ৰই ইয়াৰ উচ্চ অংশত বৃষ ৰাশিত অৱতৰণ কৰিব।

এই সময়ছোৱাত সৰ্বৰ্থসিদ্ধি যোগত বিশেষ উপাসনা কৰিব পাৰিব।