Jio AirFiber সম্পৰ্কে ১০টা গুৰুত্বপূৰ্ণ তথ্য

গণেশ চতুৰ্থীত ৰিলায়েন্স Jioই Jio AirFiber সেৱা মুকলি কৰে।

ভাৰতত Jio AirFiber সেৱা ৫৯৯ টকাৰ পৰা আৰম্ভ হ’ব।

Jio AirFiberএ ইণ্টাৰনেট স্পীড 1.5Gbps লৈকে প্ৰদান কৰিব পাৰিব।

Jio AirFiber এটা নতুন ৱায়াৰলেচ ইণ্টাৰনেট সেৱা।

এই সেৱা দিল্লী, চেন্নাই, বেংগালুৰু, আহমেদাবাদকে ধৰি দেশৰ মুখ্য চহৰসমূহত আৰম্ভ হয়।

Jio AirFiber সেৱাত এটা ৱাই-ফাই ৰাউটাৰ, আৰু 4k ছেটটপ বক্স অন্তৰ্ভুক্ত আছে।

আপুনি Jio AirFiber বুক কৰিবলৈ Whatsappত ৬০০০৮-৬০০০৮ নম্বৰত missed call দিব পাৰে।

Jioই বুকিং মাচুল হিচাপে ১০০ টকা ল’ব, যিটো পিছত বিলত মিলাই লোৱা হ’ব।

যদি আপুনি বাৰ্ষিক প্লেন গ্ৰহণ কৰে, তেন্তে jioই আপোনাক ১০০০ টকাৰ ইনষ্টলেশ্বন মাচুল ৰেহাই দিব।

১,১৯৯ টকাৰ Jio AirFiber আঁচনিত আপুনি নেটফ্লিক্স, আমাজন প্ৰাইম ভিডিঅ' আৰু জিঅ' প্ৰিমিয়াম চাবস্ক্ৰিপশ্বন পাব।