ফোনত বিশ্বৰ প্ৰথম SMS কি আছিল?

ফোনত বিশ্বৰ প্ৰথম SMS কি আছিল?

কোনে কালৈ প্ৰেৰণ কৰিছিল এই এছএমএছ? জানিলে অবাক হ’ব!

এছএমএছৰ নষ্টালজিয়া আজিও সকলোৰে মনত আছে

প্ৰথম মেছেজ কোন কোম্পানীৰ ম’বাইলৰ পৰা প্ৰেৰণ কৰা হৈছিল?

এই প্ৰশ্নৰ উত্তৰ ওলাল সেই মূল্যৱান সম্পদ নিলামলৈ অহাৰ পিছত

৩১ বছৰ পূৰ্বে ব্ৰিটিছ ছফ্টৱেৰ বিশেষজ্ঞ নীল পেপৱাৰ্থে প্ৰথম মেছেজ কৰিছিল

১৯৯২ চনৰ ২ ডিচেম্বৰত নিজৰ সহকৰ্মী ৰিচাৰ্ড জাৰভিছক প্ৰথম মেছেজ কৰিছিল

সেই মেছেজত লিখা আছিল ‘মেৰী ক্ৰিছমাছ’

মিষ্টাৰ জাৰভিছে সেই সময়ত ফোনটো ব্যৱহাৰ কৰিছিল, সেয়া আছিল ব্ৰেণ্ড নিউ Orbitel 901